শীঘ্রে বজাৰলৈ আহিব জৰায়ু কর্কটৰ প্রতিষেধক; মূল্য হ’ব ২০০–৪০০ টকা
দেশৰ প্রথম থলুৱা জৰায়ু কর্কটৰ প্রতিষেধক ‘ছেৰাভেক’ৰ মূল্য হ’ব ২০০–৪০০ টকা
নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰঃ জৰায়ুৰ কর্কট প্রতিৰোধৰ বাবে শীঘ্রেই বজাৰলৈ আহিব দেশৰ প্রথম থলুৱা জৰায়ু কর্কটৰ প্রতিষেধক ‘ছেৰাভেক’৷ কেন্দ্রীয় বিজ্ঞান আৰু প্রযুক্তি মন্ত্রী জিতেন্দ্র সিঙে সকলোৰে বাবে বহনক্ষম এই জৰায়ু কর্কটৰ প্রতিষেধক শীঘ্রেই বজাৰলৈ আহিব বুলি ঘোষণা কৰিছে৷…
Read More...