নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

অষ্ট্রেলিয়াৰ নতুন প্রধানমন্ত্রী এন্থনী আলবানিজ

নিয়মীয়া বাৰ্তা, ২২ মে': অষ্ট্রেলিয়াৰ ২০২২ ফেডাৰেল নির্বাচনত প্রধানমন্ত্রী হিচাপে বিৰোধী লেবাৰ পার্টীৰ এন্থনী আলবানিজ নির্বাচিত হৈছে৷ প্রধানমন্ত্রী স্কট মৰিচনক পৰাজিত কৰি অষ্ট্রেলিয়াৰ ৩১সংখ্যক প্রধানমন্ত্রী হিচাপে আজি নির্বাচিত হৈছে৷ ১৯৯৬ চনৰে পৰা অষ্ট্রেলিয়াৰ সংসদৰ সদস্য হিচাপে সেৱা আগবঢ়াই অহা এন্থনী আলবানিজ বর্তমান বিৰোধী লেবাৰ পার্টীৰ নেতা৷…
Read More...

প্রচণ্ড ধুমুহা–বজ্রপাতত বিহাৰত প্রাণ হেৰুৱালে ৩৩জনে

নিয়মীয়া বাৰ্তা, ২২ মে':  দেশৰ ভিন্ন প্রান্তত প্রবল বৰষুণত সৃষ্ট প্রলয়ংকৰী বান, ধুমুহা, বজ্রপাতে হাহাকাৰ পৰিৱেশ…

Pan Masala Ad: অমিতাভ, ৰণবীৰ, অজয় আৰু শ্বাহৰুখৰ বিৰুদ্ধে এজাহাৰ দাখিল

নিয়মীয়া বাৰ্তা, ২১ মে': বলীউডৰ কিংবদন্তী অভিনেতা বিগ বি অমিতাভ বচ্চন, অজয় দেৱগান, কিং খান, শ্বাহৰুখ আৰু ৰণবীৰ সিঙৰ…

মোদীয়ে উত্তৰ-পূব আৰু দিল্লীৰ মাজৰ মতানৈক্যৰ অন্ত পেলাইছে, অৰুণাচলত গৃহমন্ত্ৰী…

বিশেষ বাৰ্তা, ২১ মেঃ ২০১৪ চনৰ পৰা ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূব আৰু দিল্লীৰ মাজত থকা…

ইউক্ৰেইনৰ যুদ্ধ কেৱল বিশ্বযুদ্ধৰ আখৰাহে, পৰৱৰ্তী লক্ষ্য হ’ব নাটো, কোনে দিলে মুকলি…

বিশেষ বাৰ্তা, ২১ মেঃ ৰাছিয়াৰ সেনাই ইউক্ৰেইনত চলোৱা ভয়ংকৰ আক্ৰমণ বহু প্ৰজন্মলৈ স্মৰণীয় হৈ থাকিব। কিন্তু এজন…

দোষী অনুভৱ নকৰিব! মূল্যবৃদ্ধিত জনতাৰ হাহাকাৰ, কিন্তু ৰাজনাথ সিঙৰ বাবে ‘সকলো ভাল’

বিশেষ বাৰ্তা, ২১ মেঃ মূল্যবৃদ্ধিক লৈ দোষী অনুভৱ নকৰিব। বিজেপি কৰ্মীসকলক কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে…

আৰু দ্বিতীয় বিবাহ কৰিব নোৱাৰে তালিবানৰ নেতা-সদস্যই

বিশেষ বাৰ্তা, ২১ মেঃ আফগান তালিবানৰ মুৰব্বী হিবতুল্লাহ আখুণ্ডজাদাই আফগানিস্তানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বিষয়াসকলক…

বলীউডত অভিষেকৰ বাবে সাজু পুলম ধিলনৰ কন্যা, বিপৰীতে কোন

বিশেষ বাৰ্তা, ২১ মেঃ ফূৰ্তিৰ সীমা নাই এসময়ৰ বলীউড অভিনেত্ৰী পুনম ধিলনৰ। কাৰণ বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে তেওঁৰ…

আজি অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে

নিয়মীয়া বাৰ্তা, ২১ মে': কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰৰ পৰা দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ যাব,…

সিদ্ধুৰ নতুন পৰিচয় কয়দী নম্বৰ ২৪১৩৮৩, জেলত লগ পাইছে নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বীক

বিশেষ বাৰ্তা, ২১ মেঃ প্ৰাক্তন ক্ৰিকেটাৰ তথা কংগ্ৰেছৰ নেতা নৱজ্যোত সিং সিদ্ধু এতিয়া পঞ্জাৱৰ পাটিয়ালা জেলৰ কয়দী…