কন্যা জীয়াই আছেনে, কাৰাগাৰৰ পৰা ওলাই কি ক’লে ইন্দ্ৰাণী মূখাৰ্জীয়ে
বিশেষ বাৰ্তা, ২১ মেঃ মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰৰ পৰা শুকুৰবাৰে মুকলি হৈছে ইন্দ্ৰাণী মুখাৰ্জী। কন্যা শ্বীনা বৰাক হত্যা কৰাৰ ঘটনাই ২০১৫ চনত সমগ্ৰ দেশ জোকাৰিছিল। হত্যাকাণ্ডৰ মূল অভিযুক্ত ইন্দ্ৰাণী মুখাৰ্জীয়ে তেতিয়াৰে পৰা ছবছৰতকৈও অধিক সময় কাৰাগাৰত আছিল। জামিন মঞ্জুৰ হোৱাৰ পাছত মুকলি আকাশৰ তললৈ আহিয়ে সংবাদ মাধ্যমৰ আগত প্ৰথমবাৰৰ বাবে দিয়া মন্তব্যত…
Read More...