৪৮ বছৰ কটোৱা পৈতৃক ঘৰটো এৰিব সৌৰভ গাংগুলীয়ে
বিশেষ বাৰ্তা, ২৩ মাৰ্চঃ বিচিচিআইৰ সভাপতি তথা ভাৰতীয় ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে নতুন ঘৰ এটা ক্ৰয় কৰিছে। মধ্য কলকাতাৰ এই ঘৰটো ৪০ কোটি টকাত কিনা বুলি কোৱা হৈছে। সংবাদ মাধ্যমৰ মতে, প্ৰায় ১৭ হাজাৰ বৰ্গফুট এলেকাত নিৰ্মিত এই দুমহলীয়া ঘৰটো ভাঙি অতি সোনকালে নতুন ঘৰ নিৰ্মাণ কৰা হ’ব। সৌৰভ গাংগুলীয়ে সম্প্ৰতি পৰিয়ালৰ সৈতে নিজৰ পূৰ্বপুৰুষৰ…
Read More...