ৰাছিয়াৰ কেবাজনো উপদেষ্টাক গৃহবন্দী কৰিছে পুটিনে
বিশেষ বাৰ্তা, ১ এপ্ৰিলঃ আকৌ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনিছে মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁ কৈছে যে, পুটিনে তেওঁৰ কেবাজনো উপদেষ্টাক বৰ্খাস্ত কৰিছে বা গৃহবন্দী কৰি ৰাখিছে। আনকি পুটিনে নিজেও কোনো গোপন ঠাইলৈ গুচি যাব পাৰে। ইউক্রেইনৰ কেবাটাও অঞ্চলৰ পৰা ৰাছিয়াই সেনা প্ৰত্যাহাৰৰ কথা যে ঘোষণা কৰিছে তাকে লৈও ঘোৰ সন্দেহ…
Read More...