এইবাৰ মোদীৰ ভেটি কঁপোৱাৰ চিন্তা-চৰ্চা কেজৰিৱালৰ
বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ মোদীৰ ভেটিত আঘাত হনাৰ চেষ্টা কেজৰিৱালৰ। পাঞ্জাৱৰ বিধানসভা নিৰ্বাচনত অভূতপূৰ্ব বিজয় সাৱ্যস্ত কৰাৰ পাছত আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এইবাৰ গুজৰাট দখলৰ পৰিকল্পনাত নামিছে। আজি পাঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ সৈতে গুজৰাটলৈ গৈছে কেজৰিৱাল। চলিত বৰ্ষৰ শেষত অনুষ্ঠিত হ'ব প্ৰধানমন্ত্ৰী…
Read More...