মোহময়ী অভিনেত্রী সোণাক্ষিৰ বিৰুদ্ধে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা
নিয়মীয়া বাৰ্তা, ৭ মাৰ্চঃ বলীউডৰ মোহময়ী অভিনেত্রী সোণাক্ষি সিন্হাৰ বিৰুদ্ধে প্রতাৰণাৰ গোচৰ ৰুজু হৈছে৷ আইনী জঁটত সোমাই পৰিছে অভিনেত্রীগৰাকী৷ ৩৭ লাখ টকাৰ প্রতাৰণাৰে সৰকোৱাৰ অভিযোগ অনা হৈছে অভিনেত্রী সোণাক্ষিৰ বিৰুদ্ধে৷ যাৰ বাবে জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি হৈছে শত্রুঘ্ণ সিন্হাৰ কন্যা সোণাক্ষিৰ বিৰুদ্ধে৷
অভিযোগ অনুসৰি দিল্লীত এক অনুষ্ঠান কৰাৰ…
Read More...