পুটিনে কিয় ক’লে ইউক্ৰেইনে আত্মসমৰ্পণ কৰক
বিশেষ বাৰ্তা, ৭ মাৰ্চঃ ইউক্ৰেইনী প্ৰশাসনক আত্মসমৰ্পণ কৰিবলৈ দিহা দিলে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে। যুদ্ধবিধ্বস্ত দেশখনৰ ৰাজধানী চহৰ কিয়েভ যদিও ৰাছিয়াই দখল কৰিবলৈ সক্ষম হোৱা নাই তাৰ পাছতো অদম্য হৈ আছে ৰুছ সামৰিক বাহিনী। এখনৰ পাছত আনখন ডাঙৰ চহৰ ৰাছিয়াই দখল কৰিবলৈ লৈছে। যাৰ বাবে এতিয়ালৈ ১.৫ নিযুত লোকে দেশখন এৰি আন ৰাষ্ট্ৰলৈ পলাইছে। যুদ্ধবিৰতি ভংগ…
Read More...