ভাৰতে বিচাৰিলে অধিক ৰাফেল বিমান পাব
নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ লাডাখত চীনৰ সৈতে সঘনে চলি আহিছে ভাৰতীয় সেনাৰ উত্তেজনা৷ ইফালে, পশ্চিম সীমান্তত পাকিস্তানে প্রতি মুহূর্ততে অস্থিৰতা সৃষ্টিৰ বাবে অপচেষ্টা চলাই আহিছে৷ এনে পৰিস্থিতিত ভাৰতে বিচাৰিলে আৰু অধিক ৰাফেল যুদ্ধ বিমান প্রদান কৰাৰ কথা ঘোষণা কৰিলে ফ্রান্সে৷ ৰাজধানী দিল্লীত ভাৰতৰ সৈতে কৌশলপূর্ণ সম্পর্ক অটুট ৰখাৰ বার্তা দিলে ফ্রান্সৰ…
Read More...