এম–৭৭৭ কামান লৈ সীমান্তত ভাৰতীয় সেনা
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ পূব লাডাখৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত চীনা সেনাৰ সংখ্যা বৃদ্ধি কৰিছে৷ চীনৰ এই গতিবিধিক লৈ উদ্বিগ্ণতা প্রকাশ কৰিছে সেনাৰ মুৰব্বী জেনেৰেল এমএম নাৰাৱনে৷ চীনৰ সেনাৰ গতিবিধিৰ ওপৰত সূক্ষ্ম নিৰীক্ষণ ৰখাৰ লগতে চুবুৰীয়া ৰাষ্ট্রখনৰ সেনাৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈছে ভাৰতীয় সেনা৷
ইতিমধ্যে সেনাই এম–৭৭৭ কামান আৰু কে–৯ বজ্র…
Read More...