প্রতিদিনে এহাজাৰ কোটিকৈ উপার্জন আদানিৰ
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ বিগত বর্ষত সর্বাধিক ধন উপার্জনকাৰী হিচাপে স্বীকৃত গৌতম আদানিয়ে আই আই এফ এল ৱেলথ হুৰুন ইণ্ডিয়া লিষ্ট ২০২১ৰ তালিকাত এছিয়াৰ দ্বিতীয় ধর্ণাঢ়্য ব্যক্তি হিচাপে স্থান লাভ কৰিছে৷ গৌতম আদানি আৰু পৰিয়ালৰ উপার্জন প্রতিদিনে ১,০০২ কোটি টকা৷ ২০২০–২১ বিত্তীয় বর্ষত গৌতম আদানি পৰিয়ালে ৫.০৬ লাখ কোটি টকা উপার্জন কৰিবলৈ সক্ষম হৈছে৷ বিগত…
Read More...