কর্ণাটকত আতচবাজী বিস্ফোৰণত নিহত তিনিজন
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ কর্ণাটকৰ ৰাজধানী বাংগালুৰুৰ চমাৰাজপেটৰ এক পৰিবহণ কোম্পানীৰ গুদামত সংঘটিত বিস্ফোৰণত তিনিগৰাকী লোক নিহত হোৱাৰ উপৰি আন এজন গুৰুতৰভাৱে আহত হৈছে৷ তাৎক্ষণিকভাৱে আৰক্ষীৰ বোমা নিষ্ক্রিয়কৰণ গোট আৰু স্নিফাৰ ডগ ঘটনাস্থলীত মোতায়েন কৰা হয়৷
আৰক্ষীয়ে সদৰী কৰা অনুসৰি ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে আতচবাজী৷ আৰক্ষী বিষয়া হৰিশ পাণ্ডেই…
Read More...