কংগ্রেছত যোগ দিব কানহাইয়া কুমাৰ–মেৱানিয়ে
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ব্যাপক চর্চাৰ অন্তত জৱাহৰ নেহৰু বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন সভাপতি তথা চি পি আই নেতা কানহাইয়া কুমাৰ আৰু ৰাষ্ট্রীয় দলিত অধিকাৰ মঞ্চৰ বিধায়ক জিগনেশ মেৱানি অহা ২৮ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে কংগ্রেছত যোগদান কৰিব৷
উল্লেখ্য যে কংগ্রেছৰ নেতা ৰাহুল গান্ধীৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰি চলা প্রাক্তন ছাত্রনেতা…
Read More...