কাশ্মীৰক লৈ ভাৰতৰ স্থিতিত অসন্তুষ্ট পাক
নিয়মীয়া বাৰ্তা ২১ জুনঃ জম্মু–কাশ্মীৰৰ নেতৃত্বৰ সৈতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আলোচনাত মিলিত হোৱাৰ পূর্বে পাকিস্তানে কঠোৰ প্রতিক্রিয়া প্রকাশ কৰিছে৷ কাশ্মীৰৰ ভাঙোন আৰু জন বিজ্ঞান সলনি কৰিবলৈ ভাৰতে গ্রহণ কৰিব বিচৰা সকলো পদক্ষেপৰে পাকিস্তানে বিৰোধ কৰি যাব বুলি কালি দেশখনৰ বৈদেশিক কার্যালয়ে এক বিবৃতিযোগে সদৰী কৰিছে৷ উল্লেখনীয় যে ২০১৯ৰ ৫ আগষ্টত…
Read More...