চিনেমা হলৰ কৰ্মী, সাংবাদিকৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা অভিনেতা চিৰঞ্জিৱীৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ ক'ৰোনাৰ দৰে কঠিন পৰিস্থিতিত দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ ছুপাৰষ্টাৰ চিৰঞ্জীৱীয়ে সাংবাদিক আৰু চিনেমা হলৰ কৰ্মচাৰীৰ বাবে বিনামূলীয়া ভেকচিনৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰিছে।
কালি এটা টুইটযোগে তেওঁ কয় যে তামিলনাডুৰ সকলো সাংবাদিক আৰু চিনেমা হল কৰ্মীক সম্পূৰ্ণ বিনামূলীয়া ভেকচিন প্ৰদান কৰা হ'ব। এইক্ষেত্ৰত তেওঁক সহযোগিতা…
Read More...