তামিলনাডু ৬৫, কেৰালা ৬৯ পুডুচেৰীত ৭৮ শতাংশ ভোটদান
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ তামিলনাডু, কেৰালা আৰু পুডুচেৰীত বিধানসভা নির্বাচনৰ একেটা পর্যায়তে আজি শান্তিপূর্ণভাৱে ভোটগ্রহণ সমাপ্ত হৈ যায়৷
নির্বাচন আয়োগৰ তথ্য মতে তামিলনাডুত ৬৫.১১ শতাংশ, কেৰালাত ৬৯.৯৫ শতাংশ, পুডুচেৰীত ৭৮.০৩ শতাংশ ভোটৰ হাৰ৷
আনপিনে পশ্চিমবংগ বিধানসভা নির্বাচনৰ তৃতীয় পর্যায়ৰ ৩১টা সমষ্টিত ভোটগ্রহণৰ সময়ত বিক্ষিপ্ত হিংসা সংঘটিত হয়৷…
Read More...