ছিংগুৰত ৰিক্সাৱালাৰ ঘৰত আহাৰ গ্রহণ কৰি প্রচাৰ অমিত শ্বাহৰ
নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ পশ্চিমবংগৰ বিধানসভা নির্বাচনৰ প্রচাৰ চলাই থকা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি ছিংগুৰৰ এগৰাকী ৰিক্সাৱালাৰ ঘৰত দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ এই ৰিক্সাৱালাগৰাকী হৈছে বিজেপিৰ এগৰাকী সমর্থক৷ দুপৰীয়াৰ আহাৰ গ্রহণ কৰিয়েই কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে পশ্চিমবংগত এইবাৰ বিজেপিয়ে দুই শতাধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিব৷…
Read More...