ৰাফেল যুদ্ধবিমানক লৈ ‘যুদ্ধ’ দেশৰ ৰাজনীতিত
নিয়মীয়া বাৰ্তা ৬ এপ্ৰিলঃ পুনৰ ৰাফেল যুদ্ধবিমান ক্রয়ৰ বিষয়বোৰক লৈ দেশৰ ৰাজনীতিত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ ২০১৬ চনত ভাৰতে ফ্রান্সৰ পৰা ৩৬খন অত্যাধুনিক ৰাফেল যুদ্ধবিমান ক্রয়ৰ যি চুক্তি কৰিছিল তাৰ বাবে ভাৰতীয় মধ্যভোগী এজনক এই যুদ্ধবিমানৰ নির্মাতা ডাছাল্ট কোম্পানীয়ে ১.১ নিযুত ইউৰো আদায় দিছিল বুলি ফৰাচী প’র্টেল ‘মিডিয়াপার্ট’ এ এক প্রতিবেদনত প্রকাশ…
Read More...