আজি দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশলৈ মোদী
নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ বাংলাদেশৰ জনক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবার্ষিকী আৰু বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী অনুষ্ঠানত অংশগ্রহণ কৰাৰ বাবে কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে ঢাকাত উপস্থিত হ’ব ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাৰ আমন্ত্রণক্রমে ভাৰতৰ প্রধানমন্ত্রীগৰাকীয়ে ঢাকাত উপস্থিত হ’ব৷ ক’ভিড–১৯ মহামাৰী…
Read More...