বাইডেন প্রশাসনৰে প্রথম বৈঠকত ক্ষুব্ধ চীন
নিয়মীয়া বাৰ্তা ২০ মাৰ্চঃ বাইডেন প্রশাসন আৰু চীনৰ শীর্ষ বিষয়ববীয়াৰ প্রথমটো উচ্চ পর্যায়ৰ বৈঠকতে বিষয়ববীয়াসকলৰ মাজত আজি তীব্র মতানৈক্যৰ সৃষ্টি হয়৷ দুয়োখন দেশৰ বিষয়ববীয়াসকলে পৰস্পৰৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়ায়৷ উল্লেখনীয় যে আলাস্কাত অনুষ্ঠিত হৈছে হোৱাইট হাউছ আৰু বেইজিং প্রশাসনৰ প্রথমটো বৈঠক৷ চীনা বিষয়ববীয়াসকলে অভিযোগ কৰে যে আমেৰিকাই বেইজিং প্রশাসনৰ…
Read More...