ৰাষ্ট্রপতি বাইডেনৰ বার্তা লৈ প্রধানমন্ত্রী মোদীক সাক্ষাৎ মার্কিন প্রতিৰক্ষা সচিব লয়ড অষ্টিনৰ
নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ আমেৰিকাৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ বার্তা লৈ তিনিদিনীয়া ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা মার্কিন প্রতিৰক্ষা সচিব লয়ড জেমছ অষ্টিনে প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে৷
প্রধানমন্ত্রী কার্যালয়ে প্রকাশ কৰা মতে, মার্কিন প্রতিৰক্ষা সচিবগৰাকীয়ে শুকুৰবাৰে নতুন দিল্লীত উপস্থিত হোৱাৰ পিছতেই প্রধানমন্ত্রীক সাক্ষাৎ কৰি…
Read More...