নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

প্ৰধানমন্ত্ৰীয়ে ডিঙিত গামোচা লৈ এইমছত ল’লে ক’ৰোনা ভেকচিনৰ প্ৰথমটো ড’জ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দেশত আজিৰে পৰা আৰম্ভ হোৱা ক'ৰোনা ভেকচিন প্ৰদানৰ দ্বিতীয় পৰ্যায়ৰ প্ৰথম দিনটোত দিল্লীৰ এইমছত ক'ৰোনা ভেকচিন ল'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ক'ৰেনা ভেকচিনৰ প্ৰথমটো ড'জ লোৱা অৱস্থাত প্ৰধানমন্ত্ৰীগৰাকীৰ ডিঙিত আছিল অসমৰ ফুলাম গামোচা। মোদীয়ে টুইট কৰি ভেকচিন লোৱাৰ সংবাদ দিয়ে দেশবাসীক। তেওঁ ক'ৰোনা ভেকচিন প্ৰদান কাৰ্যত জড়িত দেশৰ…
Read More...

এণ্টার্কটিকাৰ জলবায়ু নিৰীক্ষণৰ বাবে কৃত্রিম উপগ্রহ উৎক্ষেপণ ৰাছিয়াৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সুমেৰু অঞ্চলৰ জলবায়ু সন্দর্ভত নিৰীক্ষণ ব্যৱস্থা আৰম্ভ কৰিছে ৰাছিয়াই৷ এই উদ্দেশ্যে ৰাছিয়াই…

উত্তৰাখণ্ডৰ এটা ৰহস্যময় জলাশয়, য’ত ৮০০ মানুহৰ মৰণোত্তৰ অৱশেষ আজিও আছে পৰি

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ সমুদ্রপৃষ্ঠৰ পৰা ৫,০২৯ মিটাৰ উচ্চতাত হিমাচলৰ এক জলাশয়ক লৈ কেইবাদশক ধৰি অব্যাহত আছে ৰহস্য৷…

ভাৰত–পাকিস্তান প্রকৃতার্থত বন্ধু ৰাষ্ট্র হওকঃ মালালা ইউছুফজাই

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ন’বেল শান্তি বঁটা বিজয়ী ২৩ বছৰীয়া পাকিস্তানী যুৱতী মালালা ইউছুফজায়ে কালি উল্লেখ কৰিছে যে…

পশ্চিমবংগত তৃণমূল কংগ্রেছে লাভ কৰিব পাৰে ১৬৪খন আসন, সমীক্ষা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আগন্তুক পশ্চিমবংগ বিধানসভা নির্বাচনৰ ওপৰত ৰাজনৈতিক পর্যালোচকসকলে নজৰ দিয়া সময়তে ‘চি’…

ইৰাকৰ বিধ্বস্ত মছুলৰ গির্জাত প্রার্থনাত অংশ ল’ব পোপ ফ্রান্সিচে

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ইছলামিক ষ্টেটৰ নিয়ন্ত্রণলৈ যোৱাৰ সময়ত বিধ্বস্ত হোৱা ইৰাকী চহৰ মছুলৰ কেইবাটাও ভগ্ণ গির্জা…

পৰিয়ালক ৰাজসাহায্য প্রদানত অভিলেখ কেজৰিৱালৰ

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে বিগত ৫ বছৰত প্রতিটো পৰিয়ালক ১.৫০…

ইথিঅ’পিয়াৰ টিগ্রেৰ নাৰকীয় আতিশয্যৰ ঘটনাত ক্ষুব্ধ আমেৰিকা

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ইথিঅ’পিয়াৰ উত্তৰ প্রান্তৰ টিগ্রে অঞ্চলত নিৰীহ জনতাৰ ওপৰত সংঘটিত নাৰকীয় আতিশয্যৰ ঘটনাক লৈ…