‘এয়া ট্রেইলাৰহে, আচল ছবি বাকী আছে’-আম্বানিৰ পৰিয়ালক জইচ–উল–হিন্দৰ ভাবুকি
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ দেশৰ আটাইতকৈ ধনাঢ়্য ব্যক্তি মুকেশ আম্বানিৰ পৰিয়াললৈ ভাবুকি আহিছে স্বল্পখ্যাত সন্ত্রাসবাদী সংগঠন জইচ–উল–হিন্দে৷ আম্বানিৰ সন্তানৰ ওপৰত ঘাতক আক্রমণৰ সকীয়নি দিছে সংগঠনটোৱে৷
স্মর্তব্য যে ২৫ ফেব্রুৱাৰীত আম্বানিৰ প্রাসাদোপম অট্টালিকা ‘এণ্টিলিয়া’ৰ সন্মুখত এখন পৰিত্যক্ত স্ক’ৰপি’ গাড়ী উদ্ধাৰ কৰা হৈছিল৷ গাড়ীখনত উদ্ধাৰ কৰা হৈছিল…
Read More...