“মই ৫ মাহৰ গৰ্ভৱতী, কিন্তু সন্তানটোৰ পিতৃ কোন মই নাজানো”
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ “মই ৫ মাহৰ গৰ্ভৱতী, কিন্তু সন্তানটোৰ পিতৃ কোন মই নাজানো।"- কিমান নিদাৰুণভাৱে ওলাব পাৰে এগৰাকী ধৰ্ষিতাৰ মুখেৰে এই বাক্য!
এই ভয়ানক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ আমৰোহ জিলাত। যোৱা ৬ মাহ ধৰি উপৰ্যুপৰি ধৰ্ষণ কৰি অহা হৈছিল এগৰাকী যুৱতীক।
যোৱা চাৰিদিন ধৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিবলৈ অহা-যোৱা কৰিছে যুৱতীগৰাকীয়ে কিন্তু…
Read More...