ক’ভিড সংকটৰ সময়ত নতুন সক্ষমতা লাভ কৰিলে দেশে
নিয়মীয়া বাৰ্তা ২৮ ডিচেম্বৰঃ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি ৰেডি’যোগে ‘মন কী বাত’ত দেশবাসীক সম্বোধি কয় যে ক’ভিড–১৯ মহামাৰীয়ে নতুন শিক্ষা প্রদান কৰিছে৷ মহামাৰীৰ সংকটৰ সময়ত দেশত নতুন সক্ষমতা গঢ়ি তোলা হৈছে৷ এই সক্ষমতা আত্মনির্ভৰতা বুলি উল্লেখ কৰে মোদীয়ে৷ বর্ষটোৰ অন্তিম মন কী বাতত প্রধানমন্ত্রীগৰাকীয়্ কয় যে ক’ৰোনা ভাইৰাছৰ বাবে বিশ্বজুৰি যোগান…
Read More...