ভাৰতৰ ক’ভাক্সিনলৈ দৃষ্টি বিশ্ব সম্প্রদায়ৰ: আইচিএমআৰ
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (আইচিএমআৰ)এ আজি উল্লেখ কৰিছে যে ভাৰতত প্রস্তুত হৈ থকা ক’ভিড–১৯ ভেকচিন ‘ক’ভাক্সিন’–এ ইতিমধ্যে আন্তর্জাতিক মহলৰ দৃষ্টি আকর্ষণ কৰিছে৷ ছ’চিয়েল মিডিয়া টুইটাৰত আইচিএমআৰে উল্লেখ কৰিছে যে ভাৰতে নিজাকৈ প্রস্তুত কৰি থকা ক’ভাক্সিন ভেকচিনৰ লক্ষণীয়ভাৱে অধিক কার্যকাৰিতা পোৱা গৈছে৷
স্মর্তব্য যে এই ক’ভাক্সিন…
Read More...