চিপিইচি প্রকল্পৰ বিৰুদ্ধে বেলুচিস্তানত প্রতিবাদ
নিয়মীয়া বাৰ্তা ২৫ ডিচেম্বৰঃ চিপিইচি প্রকল্পৰ অধীনত পাকিস্তানৰ গাডাৰ চহৰত এক প্রাচীৰ নির্মাণৰ কাম আৰম্ভ কৰাৰ পিছতেই সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ চীন আৰু পাকিস্তানৰ যৌথ এই প্রকল্পক লৈ পাক ভূখণ্ডৰ বহু লোক ক্ষুব্ধ৷ গাডাৰ অঞ্চলত ইতিমধ্যে এই নির্মাণকার্যক লৈ সংগঠিত হৈছে বিক্ষোভ কার্যসূচী৷ ৩০ কিলোমিটাৰ দৈর্ঘ্যৰ ১০ ফুট উচ্চতাৰ এই প্রাচীৰ নির্মাণৰ কাম…
Read More...