সেনা-ৰ নিখুঁত–সফল অভিযান দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ
নিউজ ডেস্ক, ৮ মে’ : সেনা-ৰ নিখুঁত–সফল অভিযান দেশবাসীৰ বাবে গৌৰৱৰ ক্ষণ। এই কথা জনায় প্ৰধানমন্ত্ৰী মোদীয়ে। পেহেলগামৰ আক্রমণকাৰীক সমূলঞ্চে নির্মূল কৰাৰ অভিযান সিন্দূৰ সন্দর্ভত ৰাষ্ট্রপতি দ্রৌপদী মুর্মুক বিতং ব্যাখ্যা আগবঢ়ায় প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ মঙলবাৰে মাজনিশা তিনি সেনাই যৌথভাৱে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্রাসবাদীৰ ঘাটি আৰু শিবিৰত…
Read More...