চিকিৎসালয়ত অগ্নিকাণ্ড : চিকিৎসাধীন ৭টি শিশুৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ২৬ মে' : দিল্লীৰ এখন চিকিৎসালয়ত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। জানিব পৰা মতে অগ্নিকাণ্ডত চিকিৎসালয়খনত কমেও ৭টা শিশুৰ মৃত্যু হৈছে। চিকিৎসাৰ সময়তে তেওঁলোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, শনিবাৰে নিশা পূব দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এখন চিকিৎসালয়ত অগ্নিকাণ্ড সংঘটিত হয়। প্ৰায়…
Read More...