অৰবিন্দ কেজৰিৱালক অন্তৰ্ৱর্তী জামিন উচ্চতম ন্যায়ালয়ৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ মে' : দিল্লীৰ মুখ্যমন্ত্রী অৰৱিন্দ কেজৰিৱাললৈ সাময়িক সকাহ৷ দিল্লী আবকাৰী নীতি কেলেংকাৰি সম্পর্কিত পিএমএলএ গোচৰত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেট চমুকৈ ইডিয়ে গ্রেপ্তাৰ কৰা, দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ থকা মুখ্যমন্ত্রী কেজৰিৱালক আজি উচ্চতম ন্যায়ালয়ে অন্তৱর্তী জামিন মঞ্জুৰ কৰে৷ যোৱা ২১ মার্চত মুখ্যমন্ত্রীৰ বাসভৱনৰ পৰা ইডিয়ে…
Read More...