নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আশাৰ বাৰ্তা

সৰিয়হ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰাৰ কৃষকৰ

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী গাছপাৰাৰ খেতিপথাৰ এতিয়া ৰঞ্জিত হৈ উঠিছে হালধীয়া বৰণেৰে। অঞ্চলটোৰ দূৰ-দূৰান্তলৈ চালে চকুলৈ আহে কেৱল হালধীয়া ৰং। এহেজাৰতকৈ অধিক বিঘা মাটিত সৰিয়হ খেতি কৰি সোণোৱালী সপোন ৰচিছে ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী সেই অঞ্চলটোৰ বহু কৃষজীৱি ৰাইজ। প্ৰতি বছৰে এইদৰে শীত আহিলেই সৰিয়হৰ খেতি কৰি আহিছে…
Read More...

মানৱ জাতিৰ বাবে আশাৰ খবৰঃ কৃত্ৰিম DNAৰে কৰ্কট নিৰাময়ত যুগান্তকাৰী সফলতা বিজ্ঞানীৰ

নিয়মীয়া বাৰ্তা, ৩০ডিচেম্বৰ: ইংৰাজী ২০২২ৰ সামৰণিত মানৱ জাতিৰ বাবে এক আশাৰ খবৰ৷ দুৰাৰোগ্য কর্কট নিৰাময়ৰ বাবে পথৰ…

নীলমণি ফুকন-কনকসেন ডেকালৈ ”নিউজ লাইভ”ৰ জীৱনজোৰা সাধনা বঁটা

বিশেষ বাৰ্তা, ২৯ ডিচেম্বৰঃ ইংৰাজী নৱবর্ষ ২০২৩ৰ প্রাক্ক্ষণত ৰাজ্যৰ বিভিন্ন ক্ষেত্রৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিলৈ…

বোকাখাতত সৰিয়হ-ৰঙালাউৰ খেতি পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ২৭ ডিচেম্বৰ : ৰাজ্য চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা মন্ত্রী অতুল বৰাই বোকাখাতৰ চহলা-ছ'গুৰিৰ…

ভাল খবৰ : পৰ্যটনত দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্যৰ খিতাপ অসমৰ

বিশেষ বাৰ্তা, ২০ ডিচেম্বৰঃ ইণ্ডিয়া টুডে গ্ৰুপে শেহতীয়াকৈ কৰা এক সমীক্ষাত অসমক পৰ্যটনৰ ক্ষেত্ৰত ২য় ৰাজ্যৰ শ্ৰেষ্ঠ…

চীনক প্ৰত্যাহ্বানঃ ৫ হাজাৰ কিঃমিঃ দূৰত্ব ভেদি অগ্নি–৫ মিছাইল পৰীক্ষণ

নিয়মীয়া বাৰ্তা, ১৬ডিচেম্বৰ:  ভাৰত–চীন সীমান্তত উত্তেজনাৰ মাজতেই আজি নিশাৰ ভাগত পাৰমাণৱিক ক্ষমতাসম্পন্ন বেলেষ্টিক…

নলবাৰীত পাগলাদিয়াৰ পাৰত কৃষি বিপ্লৱৰ সূচনা শংকৰদেৱ জৈৱিক কৃষি ফাৰ্মৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ জাতি-মাটি-ভেটি আৰু সংস্কৃতিৰ বাবে কৃষি কৰ্ম কৰা এতিয়া অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হৈ…

নুনিপলু-এৰীপলু পালনেৰে সোণসেৰীয়া জীৱনৰ সপোন ৰচিছে ঢকুৱাখনাৰ মহিলাই

নিয়মীয়া বাৰ্তা, ১৯ অক্টোবৰঃ অসমৰ ৰেচম উদ্যোগ এটি আপুৰুগীয়া শিল্প। অসমৰ গ্ৰাম্য সমাজত অতীজৰে পৰা চলি আহিছে নুনি পলু…

স্পেইনৰ এবছৰীয়া কন্যাৰ দেহত যকৃৎ, পাকস্থলী, অগ্নাশয় সংৰোপণ

নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ বিশ্বৰ চিকিৎসা খণ্ডত এক যুগান্তকাৰী সাফল্য৷ প্রথমবাৰৰ বাবে মানৱ দেহত অন্ত্রৰ সফল…