ৰাজ্যৰ অর্থনীতিলৈ আশাৰ বতৰাঃ নামনি অসমত প্ৰথমবাৰলৈ খাৰুৱা তেলৰ অন্বেষণ
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী: ৰাজ্যৰ অর্থনীতিৰ বাবে আন এক আশাৰ বতৰা৷ পোনপ্রথমবাৰৰ বাবে নামনি অসমৰ ব্রহ্মপুত্রৰ উত্তৰ পাৰত অন্বেষণ চলিব খাৰুৱা তেল আৰু প্রাকৃতিক গেছৰ৷ ইতিমধ্যে ইয়াৰে প্রাৰম্ভিক কাম আৰম্ভ হোৱাৰ লগতে দুখন সম্ভাব্য তৈলক্ষেত্র চিহ্ণিত কৰা হৈছে৷ যাক কাৰিকৰী ভাষাত কোৱা হয় অ’পেন একৰেজ লাইচেঞ্চছিং (অ’ এ এল পি) ব্লক৷ এই অ’ এ এল পি ব্লক…
Read More...