ক’ভিড চিকিৎসাৰ নতুন ঔষধ ফেভিপিৰাভিৰ; কিমান হ’ব এটা টেবলেটৰ দাম ?
নিয়মীয়া বাৰ্তা, ২১ জুনঃ মানৱ জাতিক ত্রাসৰ মাজত ৰখা মহামাৰী ক’ভিড–১৯ ৰ শুশ্রূষাৰ ক্ষেত্রত ৰাছিয়া, জাপান আৰু চীনত যথেষ্ট সফল হোৱা ‘ফেভিপিৰাভিৰ’ ঔষধবিধ এইবাৰ ভাৰততো ক’ৰোনা ভাইৰাছ আক্রান্তৰ চিকিৎসাত ব্যৱহাৰ কৰা হ’ব৷ গ্লেনমার্ক ফার্মাচিউটিকেলক ক’ভিড ৰোগীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় এই ঔষধ ‘ফেভিপিৰাভিৰ’ প্রস্তুত আৰু মার্কেটিঙৰ বাবে অনুমোদন জনালে ভাৰতে৷
…
Read More...