জীয়াই থকাৰ কঠোৰ সংগ্রাম কঠীয়াতলীৰ নিথৰুৱা মহিলাৰ
ঘনকান্ত বৰা, কঠীয়াতলী
জীৱন যুদ্ধত হাৰ মানিব নিবিচৰা কঠীয়াতলী কছাৰীগাঁৱৰ মোহিনী খাখলাৰীৰ জীৱনলৈ ২০১৭ চনতে কালধুমুহা নামি আহিল৷ সুখৰ সৰু সংসাৰখনৰ গুৰিব’ঠা ধৰি অহা স্বামী লক্ষীন্দ্র খাখলাৰীৰ অকাল বিয়োগ ঘটিল৷ লক্ষীন্দ্র খাখলাৰী আছিল কঠীয়াতলীৰ এজন আগশাৰীৰ সমাজ সেৱক৷ আর্থিক অৱস্থা বৰ টনকিয়াল নহ’লেও কঠীয়াতলীৰ সমাজ জীৱনৰ লগত জড়িত ব্যক্তি আছিল৷ অসম গণ…
Read More...