গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত চাকৰি
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ভাৰতীয় তেল নিগম লিমিটেডৰ নুনমাটিস্থিত গুৱাহাটী শোধনাগাৰ চিকিৎসালয়ত খালী হৈছে ঠিকাভিত্তিক অংশকালীন আকস্মিক কর্তব্যৰত চিকিৎসা বিষয়াৰ ৪টা পদ৷ যোগ্য প্রার্থীক সাক্ষাৎকাৰলৈ আমন্ত্রণ জনাই ভাৰতীয় তেল নিগম লিমিটেডৰ গুৱাহাটী শোধনাগাৰৰ মহাপ্রবন্ধকে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷
প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, আকস্মিক কর্তব্যৰত…
Read More...