নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

নিয়োগ বাৰ্তা

খাদ্য সুৰক্ষা সঞ্চালকালয়ত ১২ পদ মুকলি

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ খাদ্য সুৰক্ষা সঞ্চালকালয়(Commissionerate of Food Safety, Assam)ত খালী হৈছে ১২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰিFood Analyst to the Govt. of AssamৰSelection CommitteeৰMember Secretary আৰুCommissionerate of Food Safety, AssamৰSelection CommitteeৰChairperson-এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷…
Read More...

সাহিত্য অকাডেমিত ১৭ পদত নিযুক্তিৰ সুযোগ

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্রালয়ৰ অধীনত পৰিচালিত সাহিত্য অকাডেমিত খালী হৈছে ভিন্ন বর্গৰ ১৭ পদ৷ যোগ্য প্রার্থীৰ পৰা…