মণিপুৰৰ নিষিদ্ধ সংগঠনৰ অপৰাধমূলক সঁজুলি সোণাপুৰত জব্দ এছটিএফৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ জুনঃ আজি অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফৰ্চে (এছটিএফ) বিশেষ অভিযান চলাই মণিপুৰৰ এজন যুৱক নিষিদ্ধ সামগ্ৰীসহ আটক কৰে। বিশেষ সূত্ৰ পম খেদি এছটিএফে আজি পুৱা ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সোণাপুৰ টোলগেটত এখন বাহন সফলতাৰে জব্দ কৰে। চোৰাংচোৱাৰ তথ্য অনুসৰি মণিপুৰস্থিত নিষিদ্ধ সংস্থা এটাই অপৰাধমূলক কাৰ্যকলাপৰ বাবে সম্ভাৱ্য সঁজুলি ক্ৰয়…
Read More...