নাগালেণ্ডত পুনৰ ছয় মাহলৈ আফ্স্পাৰ ম্যাদ বৃদ্ধি গৃহ মন্ত্রালয়ৰ
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: নাগালেণ্ডৰ মন জিলাত ৪ ডিচেম্বৰত সংঘটিত অপ্রৰোচিত গুলীচালনাৰ ঘটনাক লৈ সৃষ্টি হোৱা প্রতিক্রিয়া বর্তমানেও মাৰ যোৱা নাই৷ সেনাৰ নির্বিচাৰ গুলীত ১৪জন নিৰীহ গঞাৰ প্রাণহানি হোৱাৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলজুৰ সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আহনৰ (আফ্স্পা) বিৰুদ্ধে প্রতিবাদৰ জোৱাৰ উঠাৰ পাছতো উত্তৰ–পূর্বাঞ্চলবাস্ দাবীৰ প্রতি…
Read More...