মণিপুৰৰ হিংসাৰ আঁৰত চীনৰ হাত : শিৱসেনা নেতা সঞ্জয় ৰাউটৰ দাবী
বিশেষ বাৰ্তা, ২৯ জুনঃ হিংসাগ্ৰস্ত ৰাজ্য মণিপুৰত ৫৫ দিনতকৈ অধিক সময় ধৰি চলি থকা সংগ্ৰামক লৈ উদ্ধৱ বালাচাহেবৰ শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। সঞ্জয় ৰাউতে কয়, মণিপুৰত পৰিস্থিতিৰ অৱনতি ঘটিছে কাৰণ চীনৰ পৰা হস্তক্ষেপ আছে যদিও দেশৰ প্ৰধানমন্ত্ৰী মোদী নিমাত। সঞ্জয় ৰাউতে কয়, মণিপুৰ জ্বলি আছে আৰু প্ৰধানমন্ত্ৰী,…
Read More...