এইবাৰ ত্রিপুৰাৰ খিলঞ্জীয়াৰ বিৰুদ্ধে মিজো জনজাতি
নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ অসম–মিজোৰাম সংঘাতৰ মাজতেই এইবাৰ ত্রিপুৰাৰ পৰা ব্রুৰৰ আক্রমণত ঘৰ–বাৰী এৰি পলায়ন কৰিবলগা হৈছে শ শ স্থানীয় কস্ক জনজাতীয় লোকে৷ মিজোৰামৰ পৰা ত্রিপুৰালৈ শৰণার্থী হৈ অহা ৰিয়াং তথা ব্রুৰৰ আক্রমণত ত্রিপুৰাৰ একাংশ কস্ক খিলঞ্জীয়া জনজাতি লোকে ঘৰ–বাৰী এৰি অসমত আশ্রয় লৈছে৷
জানিব পৰা মতে, যোৱা কিছুদিন ধৰি কস্ক জনজাতীয় লোকসকলৰ সৈতে…
Read More...