আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ২০ জুলাই, শাওণ মাহৰ ৩ তাৰিখ
দেওবাৰ : তিথি–কৃষ্ণা দশমী, নক্ষত্র : কৃত্তিকা, যাত্রা : নাই
মেষ : আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব৷ নিজৰ ভাবমূর্তিৰ প্রতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব৷ বিয়া–বাৰুৰ কথা–বতৰাত আগুৱাব পাৰে৷ প্রেম–প্রীতিত অনুকূল৷ শুভ ৰং বগা, শুভ সংখ্যা ২৷
বৃষ : কিছু কষ্টেৰে আজি পাৰ কৰি দিলে খুব আহুকালত পৰিব…
Read More...