আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ১৮ জুলাই, শাওণ মাহৰ ১ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : অশ্বিনী, যাত্রা : শুভ
মেষ : মাংগলিক কিবা কাম কৰোঁ বুলি ভাবিছে যদি দিনৰ ২–৫ৰ ভিতৰত শুভ৷ কর্মস্থানত জটিলতা কমিব৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৫৷
বৃষ : পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ মনৰ দৃঢ়তা ৰাখক সকলো নিয়ন্ত্রণক্ষম হ’ব৷ শৰীৰ সম্পর্কেও দুশ্চিন্তা নাই৷ প্রেমত শুভ৷…
Read More...