ধুবুৰীত সন্ধিয়া অপৰাধীক ‘শ্বুট এট ছাইট’ৰ নির্দেশ মুখ্যমন্ত্রীৰ
🔹 হনুমান মন্দিৰত গো–মাংস পেলোৱাৰ পাছতে কঠোৰ ড০ শর্মা
🔹 অহাবাৰ ঈদত মই ধুবুৰীত থাকিম : মুখ্যমন্ত্রী
নিয়মীয়া বার্তা, ধুবুৰী, ১৩ জুন : ধুবুৰী চহৰৰ ৩নং ৱার্ডৰ হনুমান মন্দিৰ চৌহদৰ ভিতৰত শেহতীয়াকৈ নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনা সন্দর্ভত সৃষ্টি হোৱা উত্তেজনা তথা অপ্রীতিকৰ পৰিস্থিতিৰ বুজ ল’বলৈ ধুবুৰী জিলাত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷…
Read More...