আজি দিনটোৰ ৰাশিফল
আজি দিনটোৰ ৰাশিফল, আজি ১৭ জুন, আহাৰ মাহৰ ২ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : শতভিষা, যাত্রা : শুভ
মেষ : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ ধন প্রাপ্তিৰ আশা৷ অযথা চিন্তা পৰিহাৰ কৰক৷ প্রেমত শুভ৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷
বৃষ : বন্ধুবর্গৰ পৰা উৎসাহ পাব৷ বুদ্ধিজীৱী তথা সংস্কৃতিপ্রেমীৰ অনুকূল৷…
Read More...