কাইলৈ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন, ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা প্ৰিজাইডিং-পলিং বিষয়া
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কামৰূপ জিলাৰ অন্তৰ্গত ১৪টা পৰিষদীয় সমষ্টিৰ বাবে কাইলৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। উল্লেখ্য যে জিলাখনৰ অন্তৰ্গত মুঠ ১৬টা পৰিষদীয় সমষ্টিৰ দুটাত ইতিমধ্যে দুগৰাকী প্ৰাৰ্থীয়ে বিনাপ্ৰতিদ্বন্দিতাই জয়ী হৈছে। কাইলৈ অনুষ্ঠিত হ’বলগীয়া এই পৰিষদীয় নিৰ্বাচনৰ বাবে আজি কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ৰ…
Read More...