৪ এপ্ৰিলৰ পৰা চতিয়াৰ বহৰাভেটীত ৰাম কথা জ্ঞান মহাযজ্ঞৰ আয়োজন, প্ৰস্তুতি তুংগত
নিয়মীয়া বাৰ্তা, ১ এপ্ৰিলঃ বিশ্বনাথ জিলাৰ সিপৰীয়া বহৰাভেটীত বহৰাভেটী হনুমান মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ৪ এপ্ৰিলৰ পৰা ১২ এপ্ৰিললৈকে নদিনীয়া বৰ্ণাঢ্য আধ্যাত্মিক কাৰ্যসূচীৰে শ্ৰী ৰাম কথা জ্ঞান মহাযজ্ঞ সমাৰোহ আয়োজন কৰা হৈছে। অনুষ্ঠানক কেন্দ্ৰ কৰি প্ৰস্তুতি তুংগত উঠিছে। সমিতিৰ বিষয়ববীয়া, ৰাইজ সকলো ব্যস্ত। অনুষ্ঠানৰ…
Read More...