ঢকুৱাখনাত সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ অধিৱেশন
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ : ১৯৮৫ চনত প্ৰতিষ্ঠা লাভ কৰা মায়ামৰা ভক্তসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ৩৮সংখ্যক কেন্দ্ৰীয় দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখনি এইবাৰ ঢকুৱাখনাত অনুষ্ঠিত হ'ব। সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ ঢকুৱাখনা আৰু ধেমাজি জিলাৰ সৌজন্যত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নিত্যানন্দ দেৱ সমন্বয় ক্ষেত্ৰত…
Read More...