চিনামৰা মহাবিদ্যালয়ত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা সম্পন্ন
বিশেষ বাৰ্তা, ২৪ ডিচেম্বৰ : চিনামৰা মহাবিদ্যালয়ৰ মহিলা কোষ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষৰ যুটীয়া উদ্যোগত মহাবিদ্যালয়ৰ মিনাৰাম গগৈ প্ৰেক্ষাগৃহত আজি সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰাক প্ৰাথমিক শ্ৰেণীৰ পৰা স্নাতক শ্ৰেণীলৈকে মুকলি থকা আকৰ্ষণীয় প্ৰতিযোগিতাখনি কৰঙা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অৰূপ নাথে পুৱা বন্তি…
Read More...