আজিৰ দিনটোৰ ৰাশিফল
আজি ২৩ ডিচেম্বৰ, পুহ মাহৰ ৭ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : উত্তৰফাল্গূনী, যাত্রা : নাই
মেষ : ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷ শুভ ৰং কমলা৷
বৃষ : উচ্চপদস্থ বিষয়াৰ লগত সু–সম্পর্ক বজাই ৰাখিব৷ আয়ৰ ক্ষেত্রত অনুকূল৷ পাৰিবাৰিক অশান্তি৷ বিদ্যাত শুভ৷ শুভ ৰং ৰঙা৷
মিথুন…
Read More...