নিবেদিতা শইকীয়ালৈ ড০ বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰঃ যোৱা ১১ ডিচেম্বৰত নগাঁও জিলাৰ খুটিকটীয়াৰ কবি, অনুবাদক, অভিনেত্ৰী তথা কৃতী শিক্ষক নিবেদিতা শইকীয়াক দিল্লীৰ বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য একাডেমীৰ তৰফৰ পৰা নতুন দিল্লীৰ ৰাজেন্দ্ৰ ভৱনত অনুষ্ঠিত ৫৩সংখ্যক বিজয় দিবসত ড০ বি. আৰ. আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক-২০২৪ৰে সন্মানিত কৰে। নিবেদিতা শইকীয়াই উক্ত পদকটি…
Read More...